Add new comment

Permalink

Comment

ছাৰ মই ২০১৮ মোৰ স্নাতক ডিগ্ৰী লাভ কৰিছিলো । বহুত ইন্টৰভইউ দিয়া পিছতো একো ভাল ফল নাপালোঁ। পিছত ঘৰৰ দায়িত্ব বহন কৰাৰ বাবে আৰু চাকৰি পিছত ঘুৰিব নোৱাৰিলোঁ সেয়ে। হাতে কামে ব্যস্ত হলো। এখন দোকানত, বৈদ্যুতিক সামগ্ৰী, আৰু মবাইল মেৰামতি কৰো। নিজে এখন দোকান খুলিব পাৰা নাই আৰ্থিক অৱস্থা বাবে। এতিয়া এই আচঁনিটো কথা শুনি উৎফুল্লিত হৈ গৈছিলে কিন্তু এটা কথাত আকৌ মন বেয়া হৈ গল । Employee ment Exchange খন যোৱা ২ মাহ আগত ম্যাদ উকলি গৈছে। এতিয়া নতুনকৈ বনালো কিন্তু নতুনখন নহয় বুলি শুনিছোঁ

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.

Rich Format